A part of Indiaonline network empowering local businesses

অষ্ট্রেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰতীয় দল ঘোষণা

News

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCIয়ে জুনত অভেলত অষ্ট্রেলিয়াৰ বিৰুদ্ধে হ'বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে। মধ্যক্ৰমৰ বেটছমেন আজিংক্য ৰাহানে দলত পুনৰ স্থান লাভ কৰিছে। কে এছ ভাৰতক উইকেট কীপাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰোহিত শর্মাই নেতৃত্ব বহন কৰিবলগীয়া ভাৰতীয় ক্রিকেট দলৰ বাকী খেলুৱৈসক্লৰ ভিতৰত শুভমন গিল, ছেতেশ্বৰ পূজাৰা, বিৰাট কোহলি, কে এল ৰাহুল, শ্বাদুল ঠাকুৰ, মহম্মদ স্বামী, মহম্মদ ছিৰাজ, উমেশ যাদৱ, জয়দেৱ উনাদকট, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেল আছে। (AIR NEWS)

31 Days ago