Promote your Business

আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস

news

অসমতো আজি বিভিন্ন কাৰ্যসুচীৰেআন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হৈছে। ১৯৯৯ চনৰ ১৭ নবেম্বৰত ইউনেস্কৱে ২১ফেব্ৰুৱাৰিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে ঘোষণা কৰিছিল। সেই দিন ধৰিবিশ্বৰ বিভিন্ন প্ৰান্তৰ ভাষাসমূহৰ প্ৰসাৰ তথা সাংস্কৃতিক বিবিধতাৰ প্ৰতি সজগতাসৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈছে। কামৰূপ জিলাতো বিভিন্ন কাৰ্যসূচীৰে এইদিৱস পালন কৰা হৈছে। দিৱসৰ সৈতে সংগতি ৰাখি আজি উত্তৰ গুৱাহাটীৰ ৰাজদুৱাৰৰআনন্দৰাম উচ্চ বুনিয়াদী বিদ্যালয়ত এই বক্তৃতা অনুষ্ঠান আয়োজন কৰা হৈছে। (AIR NEWS)

40 Days ago

Download Our Free App