A part of Indiaonline network empowering local businesses

উত্তৰাখণ্ডত G20 ৰাষ্ট্ৰগোষ্ঠীৰ দুৰ্নীতি নিবাৰণ কাৰ্যগোটৰ দ্বিতীয়লানি বৈঠক আৰম্ভ

News

উত্তৰাখণ্ডৰ তেহৰি জিলাৰ নৰেন্দ্ৰ নগৰত আজি জি-টুৱেণ্টী ৰাষ্ট্ৰগোষ্ঠীৰ দুৰ্নীতি নিবাৰণ কাৰ্যগোটৰ দ্বিতীয়লানি বৈঠক আৰম্ভ হয়। এই তিনিদিনীয়া বৈঠকত প্রতিনিধিসকলে আন্তঃৰাষ্ট্ৰীয় দুর্নীতি নিবাৰণ ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিব। বৈঠকত অংশগ্ৰহণ কৰা বিদেশী প্রতিনিধিসকলৰ সন্মুখত উত্তৰাখণ্ডৰ সংস্কৃতিৰ সম্যক আভাস দাঙি ধৰাৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হৈছে। (AIR NEWS)

15 Days ago