आपकी जीत में ही हमारी जीत है
Promote your Business

উত্তৰ-পূৰ্বাঞ্চলৰ বিমান বন্দৰ সমূহক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকমুক্ত ঘোষণা

News

বিমানবন্দৰ প্ৰাধিকৰণে উত্তৰপূৰ্বাঞ্চলৰ সকলো গুৰুত্বপূৰ্ণ বিমান বন্দৰকে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰামুক্ত হিচাপে ঘোষণা কৰিছে। বৰ্তমান দেশৰ ৮৫টা বিমান বন্দৰক এই শ্ৰেণীৰ অন্তৰ্ভূক্তকৰা হৈছে। শেহতীয়া ব্যৱস্থাৰ জৰিয়তে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈআন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আৰম্ভ কৰি ডিব্ৰুগড়, যোৰহাট, শিলচৰ, ইম্ফল,আগৰতলা, শ্বিলং, ডিমাপুৰ আদি বিমান বন্দৰ সমূহকে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰামুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। (AIR NEWS)

38 Days ago

Download Our Free App