Promote your Business

এছীয় মল্লযুদ্ধ প্ৰতিযোগিতাত দেশৰ হৈ সুনীল কুমাৰৰ প্ৰথম পদক

News

নতুন দিল্লীত অনুষ্ঠিত এছিয় মল্লযুঁজ প্ৰতিযোগিতাতমল্লযুঁজাৰু সুনীল কুমাৰে কালি এটা সোণৰ পদক জয় কৰি ভাৰতৰ হৈ প্ৰথমটো পদক লাভ কৰে।৮৭ কিলোগ্ৰাম শাখাৰ ফাইনেলত তেওঁ কিৰ্গিস্তানৰ আজাত ছালিডিন’ভক পৰাস্ত কৰে। (AIR NEWS)

42 Days ago

Download Our Free App