A part of Indiaonline network empowering local businesses

এয়াৰ বাছৰ ভাৰতত নিৰ্মিত বিমানৰ দুৱাৰৰ বাবে ৰপ্তানিৰ ফৰ্মাইচ

News

ফ্ৰান্সৰ বিমান নিৰ্মাণ কোম্পানী এয়াৰ বাছে ভাৰতত নিৰ্মিত বিমানৰ দুৱাৰৰ বাবে ৰপ্তানিৰ ফৰ্মাইচ দিছে। নতুন দিল্লীত আজি আয়োজিত এখন সংবাদমেলত অসামৰিক বিমান পৰিবহন মন্ত্রী জ্যোতিৰাদিত্য চিন্ধিয়াই কয় যে ভাৰতীয় এৰোস্পেচ আৰু প্ৰতিৰক্ষা নিৰ্মাণ কোম্পানী দাইনামেটিক টেকন'লজি বিমান দুৱাৰ ৰপ্তানিৰ এই ফৰমাইচ লাভ কৰিছে। (AIR NEWS)

20 Days ago