A part of Indiaonline network empowering local businesses

কেন্দ্ৰীয় চৰকাৰৰ খেলো ইণ্ডিয়া জলপানি প্ৰদান

news

কেন্দ্ৰীয় চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সময়ছোৱাত খেলো ইণ্ডিয়া জলপানি আঁচনিৰ অধীনত এথলিটসকলক ৩০ কোটিৰো অধিক টকা প্ৰদান কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে এখন বিজ্ঞপ্তি যোগে কৈছে যে ভাৰতীয় খেল প্ৰাধীকৰণে খেলো ইণ্ডিয়া জলপানি আঁচনিৰ অধীনত প্ৰায় ৩ হাজাৰ খেলুৱৈলৈ ৬ লাখ ২৮ হাজাৰ কোটি টকাৰ বার্ষিক জলপানি প্ৰদান কৰিছে। এই ধনৰাশি প্রশিক্ষণ, চিকিৎসা বীমা, সা-সঁজুলি, আহাৰ আৰু খেলুৱৈসকলৰ ব্যক্তিগত খৰচৰ বাবদ ব্যায় কৰা হৈছে। (AIR NEWS)

11 Days ago