आपकी जीत में ही हमारी जीत है
Promote your Business

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ দ্বাদশ শ্ৰেমীৰ ফলাফল ঘোষণা

news

গুৱাহাটী: ঘোষণা হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ দ্বাদশ শ্ৰেমীৰ শিক্ষাৰ্থীসকলৰ ফলাফল। সোমবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ অফিছিয়েল ৱেবছাইটত উপলব্ধ কৰা হৈছে ফলাফলসমূহ। 

উল্লেখযোগ্য যে ব'ৰ্ডে দ্বাদশ শ্ৰেণীৰ কলা, বাণিজ্য আৰু বিজ্ঞান তিনিও শাখাৰে ফলাফল একেলগে ঘোষণা কৰে। এইবাৰ ১২,০৬,৮৯৩ গৰাকী শিক্ষাৰ্থীয়ে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ৫,২২,৮১৯ গৰাকী ছাত্ৰী আৰু ৬,৮৪,০৬৮ ছাত্ৰ বুলি তথ্য লাভ কৰা হৈছে।   (INDIAONLINE)

68 Days ago
Advertise Here