ভাৰতৰ সাত্বিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে কোৰিয়া অ'পেন বেডমিণ্টন প্ৰতিযোগিতাত পুৰুষৰ ডাবল্ছৰ ফাইনেলত প্ৰৱেশ কৰিছে। চীনৰ লিয়াং-ৱেই-কেং আৰু ৱাং-চাঙক ২১-১৫, ২৪-২২ পোনপটীয়া গেমত পৰাস্ত কৰি ভাৰতীয় যুটীটো ফাইনেলত প্ৰৱেশ কৰে। (AIR NEWS)