आपकी जीत में ही हमारी जीत है
Promote your Business

ক’ৰণাৰ লগতে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা

news

গুৱাহাটী: কৰ’ণাৰ সমান্তৰালকৈ ৰাজ্যত অব্যাহত আছে মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ ৰোগ। অসমত ২০২০ বৰ্ষত এতিয়ালৈকে ২১১ গৰাকী লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে হৈছে ২জন লোকৰ। এই তথ্য সদৰি কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে। 

67 Days ago

Download Our Free App

Advertise Here