A part of Indiaonline network empowering local businesses

খেলো ইণ্ডিয়া গেমছৰ ১৮ বছৰ অনুৰ্ধৰ মহিলাৰ হকীত মধ্য প্রদেশ চত্তিশগড়ৰ বিৰুদ্ধে ১-০ গলত জয়লাভ

news

খেলো ইণ্ডিয়া গেমছৰ ১৮ বছৰ অনুৰ্ধৰ মহিলাৰ হকীত আজি মধ্য প্রদেশে চত্তিশগড়ৰ বিৰুদ্ধে ১-০ গলত জয়লাভ কৰাৰ বিপৰীতে মিজোৰামে তামিলনাডুক ০-৭ আৰু হাৰিয়ানাই ঝাৰখণ্ডক ৪-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, চাইক্লিং, জুডো, বক্সিং, স্কোৱাছ, ফেন্সিং আৰু জিমনাষ্টিক্স বিভিন্ন শিতানৰ খেলসমূহ আজি অনুষ্ঠিত হয়। (AIR NEWS)

37 Days ago