आपकी जीत में ही हमारी जीत है
Promote your Business

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আৰু বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠান ছীল

news

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট ৰোগ প্ৰতিষ্ঠান চৌহদত কালি দুজনকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পাছত এই দুয়োটা চিকিৎসা প্ৰতিষ্ঠান চৌহদ সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰশাসনে ছীল কৰিছে।স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদিওবা ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালখন সদ্যহতে বন্ধ কৰি দিছে, তাত চিকিৎসাধীন ৰোগীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু নতুনকৈ নমুনা সংগ্ৰহ কৰা হ’ব। এইক্ষেত্ৰত তেওঁ সকলোৰে পৰা সহযোগিতা বিচাৰিছে। (AIR NEWS)

20 Days ago

Download Our Free App