आपकी जीत में ही हमारी जीत है
Promote your Business

গুৱাহাটী: ৰাইজৰ সুবিধাৰ্থে এককালীন আন্তঃ-জিলা পৰিবহনৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে পাছৰ ব‍্যৱস্থা।

news

গুৱাহাটী: শিক্ষাৰ্থীসকলক পাঠদানৰ সুবিধা প্ৰদান কৰাৰ কাৰণে ৰাজ্য চৰকাৰে অনলাইন পৰ্টেলৰ সুবিধা দিয়াৰ কথা উল্লেখ কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ হোৱা এক সংবাদ মেলত এই কথা ঘোষণা কৰে মন্ত্ৰীজনে।

মন্ত্ৰীজনে শিক্ষাৰ্থীসকলক দিক্ষা এপ ডাউনলোড কৰাৰ পৰামৰ্শ দিয়াৰ লগতে বিশ্ব বিদ‍্যা অসম ইউটিউব চেনেলটো চাবস্ক্ৰাইব কৰিব কয়। বিদ্যালয়ৰ পাঠ্যক্ৰম এই পৰ্টেলসমূহত উপলব্ধ কৰা হৈছে। সদ‍্যহতে ৰাজ্যৰ শিক্ষা ব‍্যৱস্থাৰ বুজ ল'বলৈ এক টাস্ক ফৰ্চ গঠন কৰা হৈছে আৰু ৪ মে'ত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। (INDIA ONLINE)

28 Days ago

Download Our Free App