লুইচ ইনাচিঅ' লুলা ডা ছিলভাই ব্রাজিলৰ ৩৯ সংখ্যক ৰাষ্ট্ৰপতি হিচাপি শপতগ্ৰহণ কৰিছে। ৭৭ বছৰীয়া লুলাই যোৱা অক্টোবৰত জায়ৰ বোল্ছোনাৰোক তুমুল প্রতিদ্বন্দ্বিতাৰে পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হৈছিল। ২০০৩ৰ পৰা ২০১০লৈ ৱৰ্কাছ পাৰ্টীৰ সভাপতি হিচাপে প্রাক্তন ইউনিয়ন নেতা লুলাই কমেডিটী বুমৰ সময়ত ব্রাজিলৰ লাখ লাখ অর্থনৈতিক স্তৰ উন্নত কৰিছিল। (AIR NEWS)