ভাৰতীয় মহিলা ক্রিকেট দল আজি পূব লণ্ডনত হ'বলগীয়া ত্রিদেশীয় টি-টুৱেন্টি ক্রিকেট শৃংখলাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৬ বজাত আৰম্ভ হৈছে। ভাৰতীয় দলে এতিয়ালৈকে খেলা চাৰিখন খেলৰ তিনিখনত জয় লাভ কৰাৰ বিপৰীতে আৰু এখন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছে। (AIR NEWS)