A part of Indiaonline network empowering local businesses

যোৰহাট-গুৱাহাটীৰ মাজত যাত্ৰীবাহী ৰে’ল জনশতাব্দীৰ চলাচল আজিৰে পৰা পুনৰ আৰম্ভ

news

ৰাজ্যত আজিৰে পৰা আনলক-৩ আৰম্ভ হোৱাত ক’ৰণা পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা যোৰহাট-গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ৰে’ল জনশতাব্দীৰ চলাচল আৰম্ভ হৈছে। পূৰ্ব নিৰ্ধাৰিত সময় অনুসৰি এই ৰে’লখন চলাচল কৰিব বুলি উত্তৰপূব সীমান্ত ৰে’লৱেই জানিবলৈ দিছে। অৱশ্যে শনি আৰু দেওবাৰে ৰাজ্যত লকডাউন অৱ্যাহত থকাৰ পৰিপ্ৰেক্ষিত সপ্তাহত ৬ দিনকৈ চলা ৰে’লখনৰ চলাচল শনিবাৰে বন্ধ থাকিব। (AIR NEWS)

1133 Days ago

Video News