आपकी जीत में ही हमारी जीत है
Promote your Business

১২ আগষ্টলৈ বাতিল ৰাজ্যৰ ৰে’লসেৱা

news

গুৱাহাটী: অসমৰ লগতে সমগ্ৰ দেশজুৰি অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ব্যাপক  সংক্ৰমণ। ইয়াৰ বাবে সাময়িকভাৱে স্থগিত ৰখা হৈছে দেশৰ ৰে’লসেৱা। অসমত ১ জুলাইৰপৰা ১২ আগষ্টলৈ বাতিল কৰা হৈছে সকলোধৰণৰ ৰে’লসেৱা। 

মেইল, এক্সপ্ৰেছ তথা সকলোধৰণৰ পেছেঞ্জাৰ সেৱা বাতিল কৰিছে ৰে’লৱে বিভাগে। যিসকল যাত্ৰীয়ে ১ জুলাইৰ পৰা ১২ আগষ্টৰ ভিতৰত ৰে’ল যাত্ৰাৰ বাৰে টিকট বুক কৰিছিল তেওঁলোকক টিকটৰ সম্পূৰ্ণ মূল্য ঘুৰাই দিয়া হ’ব বুলি ৰে’লৱে বিভাগে জানিব দিয়ে।

অৱশ্যে তলাবন্ধৰ সময়ত চলাচল কৰা ২৩০খন শ্ৰমিক এক্সপ্ৰেছ বন্ধৰ সময়ছোৱাতো চলাচল কৰিব। (INDIAONLINE)

46 Days ago

Download Our Free App

Advertise Here