A part of Indiaonline network empowering local businesses
Chaitra Navratri

অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা গৃহমন্ত্রীৰ

news

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৬২ দিনীয়া অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সচিব অজয় ভাল্লা, ইনটিলিজেন্স ব্যুৰোৰ মুৰববী তপন ডেকাকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া এই বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে, অমৰনাথ যাত্ৰা অহা ১ জুলাইত আৰম্ভ হৈ ৩১ আগষ্টত সামৰণি পৰিব। (AIR NEWS)

314 Days ago