A part of Indiaonline network empowering local businesses
Chaitra Navratri

অৰবিন্দ কেজৰিৱালক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

news

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ মুখ্যমন্ত্ৰীহিচাপে শপত গ্ৰহণ কৰাৰ বাবে অৰবিন্দ কেজৰিৱালক শুভেচ্ছা জ্ঞাপন কৰিছে। এটাটুইটযোগে শ্ৰী মোডীয়ে ফলপ্ৰসু কাৰ্যকালৰ বাবে কেজৰিৱালক শুভেচ্ছা জনায়।শ্ৰীকেজৰিৱালে এই শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যেদিল্লীক সকলোৰে গৌৰৱৰ এখন মহানগৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু আপচৰকাৰে একেলগে কাম কৰি যাবই লাগিব। (AIR NEWS)

1521 Days ago