জৰ্ডানৰআম্মানত অনুষ্ঠিত এছিয়ান অলিম্পিক কোৱালিফায়াৰ্চৰ ৬৯ কিলোগ্ৰাম শাখাত অসমৰ লাভলীনাবৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত লাভলীনাইতৃতীয় বাছনিৰ বক্সাৰ তথা ২০১৮ চনৰ বিশ্ব বক্সিং প্ৰতিযোগিতাত ৰূপৰ পদক প্ৰাপক চীনৰহং গুৰ হাতত ৫-০ ফলাফলত পৰাজিত হয়। (AIR NEWS)