A part of Indiaonline network empowering local businesses
Chaitra Navratri

জি-টুৱেণ্টিৰ অন্তৰ্গত দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্যসকলৰ বৈঠক সম্পন্ন

News

আন্দামান নিকোবৰ স্বৰাজ দ্বীপত শনিবাৰে জি-টুৱেণ্টিৰ অন্তৰ্গত দেশসমূহৰ ৰাষ্ট্ৰদূত আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সদস্যসকলে এখন বৈঠকত মিলিত হয়। এই বৈঠকত জি-টুৱেণ্টিৰ শ্বেৰপা অমিতাভ কান্ত আৰু মুখ্য সমন্বয়ক হৰ্ষবৰ্ধন শ্ৰিংলাকে ধৰি ৪০ গৰাকী সদস্য উপস্থিত থাকে।
সদস্যসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে অধ্যক্ষতা কৰিবলগীয়া জি-টুৱেণ্টি সন্মিলনৰ মূল বিষয় বসুধৈৱ কুটুম্বকম অথবা এখন পৃথিৱী, এটা পৰিয়াল, এটা ভৱিষ্যত দৃষ্টিভংগীৰ প্ৰশংসা কৰে। টি-টুৱেণ্টি শীৰ্ষ সন্মিলনৰ আয়োজন আৰু সদস্যসকলৰ অংশগ্ৰহণৰ বিষয়ে অৱগত কৰে। (AIR NEWS)

507 Days ago