A part of Indiaonline network empowering local businesses
Chaitra Navratri

দিল্লীৰ হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব এছ আই টিলৈ হস্তান্তৰ

News

দিল্লী আৰক্ষীয়ে উত্তৰ-পূবদিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব অপৰাধ শাখালৈ হস্তান্তৰ কৰিছে আৰুব্যাপক তথা সক্ৰিয় তদন্তৰ বাবে দুটা বিশেষ তদন্তকাৰী গোট চমুকৈ এছ আই টি গঠনকৰিছে। এই এছ আই টিৰ এটা গোটক আৰক্ষীৰ উপ আয়ুক্ত জয় টিৰ্কিয়ে নেতৃত্ব দিয়াৰবিপৰীতে উপ আয়ুক্ত ৰাজেশ দেৱে আনটো গোটৰ নেতৃত্ব কৰিব। প্ৰতিটো এছ আই টিত মুঠ ৪ গৰাকী আৰক্ষীৰ উপ আয়ুক্তথাকিব। আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত বি কে সিঙে দুয়োটা এছ আই টিৰ কাম-কাজৰ তদাৰক কৰিব। (AIR NEWS)

1511 Days ago