A part of Indiaonline network empowering local businesses
Chaitra Navratri

নৱৰাত্ৰি উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে, আস্থা আৰু বিশ্বাসৰ এই উৎসৱে প্ৰতিগৰাকী লোকৰ জীৱনলৈ নতুন শক্তি আৰু উৎসাহ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। (AIR NEWS)

569 Days ago