A part of Indiaonline network empowering local businesses
Chaitra Navratri

পদ্ম বঁটাসমূহৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে

News

২০২৩ চনৰ পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন চলিত বছৰৰ ১৫ ছেপ্তেম্বৰ ধাৰ্য কৰা হৈছে। দেশৰ সবোৰ্চ্চ অসামৰিক সন্মান পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰীৰ বাবে মনোনয়ন আৰু পৰামৰ্শ প্ৰদান ব্যৱস্থা ১ মে’ত মুকলি কৰা হৈছে। পদ্ম বঁটাসমূহ অহা বছৰৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হ’ব। উল্লেখযোগ্য যে, দেশৰ কলা, সাহিত্য, শিক্ষা, ক্ৰীড়া, সামাজিক কাম, চিকিৎসা, বিজ্ঞান আৰু অভিযাত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰত ব্যতিক্ৰমী আৰু অসামান্য বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়। (AIR NEWS)

712 Days ago