A part of Indiaonline network empowering local businesses
Chaitra Navratri

প্ৰথম খেলো ইণ্ডিয় মহিলা জুডো প্ৰতিযোগিতা কাইলৈ আৰম্ভ

news

প্ৰথম খেলো ইণ্ডিয় মহিলা জুডো প্ৰতিযোগিতা কাইলৈ আৰম্ভ হ’ব। দেশৰ চাৰিটা মণ্ডলত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় ৰাউণ্ডৰ খেল ২০ ৰ পৰা ২৩ অক্টোবৰলৈ নতুন দিল্লীৰ কে ডি যাদৱ ইনডৰ ষ্টেডিয়ামত খেলোৱা হ’ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনৰ ক্ৰীড়া বিভাগে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ১ কোটি ৭৪ লাখ টকা আৱণ্টন দিছে। চাৰিটা বয়সৰ গোটৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত ৪৮ লাখ ৮৬ হাজাৰ টকাৰ প্ৰাইজমানি দিয়া হ’ব। (AIR NEWS)

597 Days ago