A part of Indiaonline network empowering local businesses
Chaitra Navratri

ভাৰতৰ কৃষিজাত সামগ্ৰী ৰপ্তানিত ইতিহাস সৃষ্টি

news

ভাৰতৰ কৃষিজাত সামগ্ৰী ৰপ্তানিয়ে ২০২১-২২ বিত্তীয় বৰ্ষত ইতিহাস সৃষ্টি কৰি ৫০ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ পৰিমাণ স্পৰ্শ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমানলৈ এয়া হ’ল সৰ্বাধিক পৰিমাণ। ২০২-২১ বৰ্ষৰ কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ ৪১ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ তুলনাত এই পৰিমাণ বিশেষভাৱে উল্লেখনীয় বুলিও লগতে প্ৰকাশ পাইছে। (AIR NEWS)

740 Days ago