গুৱাহাটী: ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিছন চমুকৈ ইউ জি চিয়ে জানিব দিয়ামতে পুৰণি তথা নতুন শিক্ষাৰ্থীসকলৰ বাবে নতুন শৈক্ষিক বৰ্ষৰে মহাবিদ্যালয়সমূহ ১ আগষ্টৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
ইউ জি চিয়ে জনোৱা তথ্য অনুসৰি সলো বিশ্ববিদ্যালয়তে ক'ভিড-১৯ চেল স্থাপন কৰা হ'ব যিসমূহক শিক্ষাৰ্থীসকলৰ শৈক্ষিক বৰ্ষৰ অভিযোগ বা পৰীক্ষা সম্বন্ধীয় কোনো তথ্যৰ সমাধানৰ ক্ষমতা প্ৰদান কৰা হ'ব। (INDIA ONLINE)