A part of Indiaonline network empowering local businesses
Chaitra Navratri

১৭ ডিচেম্বৰলৈ বৃদ্ধি কৰা হ’ল ইণ্টাৰনেট সেৱা বন্ধৰ ম্যাদ

news

গুৱাহাটী: ৰাজ্যত পুনৰ ২৪ ঘণ্টাৰ বাবে বৃদ্ধি কৰা হ’ল ইণ্টাৰনেট সেৱাৰ বন্ধৰ ম্যাদ। মঙলবাৰৰ সন্ধিয়া ৭ বজালৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা। ইয়াৰ পূৰ্বে আজি সন্ধিয়ালৈ বন্ধ ঘোষণা কৰিছিল ইণ্টাৰনেট সেৱা। 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সমগ্ৰ অসমত প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত ১১ ডিচেম্বৰত  ৰাজ্য চৰকাৰে প্ৰতিবাদক নিয়ন্ত্ৰণ কৰাৰ বাবে জনসাধাৰণৰ অধিকাৰ ভংগ কৰি ৰাজ্যখনৰ পৰা মোবাইল ইণ্টাৰনেট সেৱা বাতিল কৰিছিল। (INDIA ONLINE)

1586 Days ago