A part of Indiaonline network empowering local businesses
Chaitra Navratri

২ কোটিৰো অধিক কিশোৰ-কিশোৰীৰ কোৱিড-১৯ প্ৰতিষধকৰ প্ৰথম পালি গ্ৰহণ

news

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মান্দাভিয়াই কয় যে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ দেশৰ ২ কোটিৰো অধিক কিশোৰা-কিশোৰীয়ে কোৱিড-১৯ প্ৰতিষধকৰ প্ৰথম পালি গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশত কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰাৰ এসপ্তাহৰ ভিতৰতে এই সফলতা অৰ্জন কৰিছে। তেওঁ লগতে সমগ্ৰ দেশত এই প্ৰতিষেধক প্ৰদান অভিযান দ্ৰুতগতিত অব্যাহত আছে বুলিও উল্লেখ কৰে। (AIRNEWS)

831 Days ago